08:55:39 PM IST | গুৱাহাটী সময়
নাহৰ কেলেণ্ডাৰ

নাহৰ কেলেণ্ডাৰ আৰু অসমীয়া কীবৰ্ড

অসমীয়া কেলেণ্ডাৰ, চৰকাৰী বন্ধৰ জাননী, দৈনিক তিথি আৰু সৰল অসমীয়া টাইপিং কীবৰ্ড - সকলো এটা এপ্পতে।

Google Play Store Badge ⚡ গুগল প্লে’ৰ পৰা ইনষ্টল কৰক
🏷️ সংস্কৰণ 1.0.0 ⭐ 4.8 / 5 Rating • 📦 100% Free & Lightweight • 🔒 Privacy Protected
📱

অফলাইন পঞ্জিকা

ইন্টাৰনেট সংযোগ অবিহনেও সম্পূৰ্ণ বছৰটোৰ তিথি, নক্ষত্ৰ, ৰাহু কাল আৰু চৰকাৰী বন্ধ চাওক।

⌨️

অসমীয়া কীবৰ্ড

WhatsApp, Facebook আৰু সকলো এপ্পত সহজ আৰু দ্ৰুত অসমীয়া টাইপিংৰ বাবে ইনবিল্ট কীবৰ্ড।

🔔

বন্ধৰ দিনৰ জাননী

অসম চৰকাৰৰ বন্ধ আৰু বিহুৰ আগদিনা ম’বাইলত স্বয়ংক্ৰিয় জাননী (Notification) লাভ কৰক।