সংস্কৃতি আৰু পৰম্পৰা
অসমৰ প্ৰধান উৎসৱ-পাৰ্বণ 2026
ব’হাগ, মাঘ আৰু কাতি বিহুৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীয় আৰু ধৰ্মীয় উৎসৱৰ নিৰ্ভুল তালিকা।
মাঘ বিহুৰ উৰুকা
Uruka of Magh Bihu
Cultural
মাঘ বিহু / টুচু পূজা
Magh Bihu / Tusu Puja
Festival
মাঘ বিহু (১ মাঘ ১৪৩২)
Magh Bihu (1 Magh 1432)
Festival
শিল্পী দিৱস (জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতি দিৱস)
Silpi Divas
Cultural
মে-ডাম-মে-ফি (আহোম জনগোষ্ঠীৰ পূৰ্বপুৰুষ তৰ্পণ)
Me-Dam-Me-Phi
Cultural
বীৰ চিলাৰায় দিৱস
Bir Chilaray Divas
Cultural
মহা শিৱৰাত্ৰি
Maha Sivaratri
Festival
আলি-আই-লৃগাং (মিচিং জনগোষ্ঠীৰ বসন্তোৎসৱ)
Ali Aye Ligang
Cultural
দৌল যাত্ৰা (হোলী / ফাকুৱা)
Dol Jatra / Holi
Festival
গৰু বিহু (ব’হাগ বিহুৰ আৰম্ভণি / চ’ত সংক্ৰান্তি)
Goru Bihu (Bohag Bihu Sankranti)
Festival
মানুহ বিহু (অসমীয়া নৱবৰ্ষ ১ ব’হাগ ১৪৩৩ ভাস্কৰাব্দ)
Manuh Bihu / Assamese New Year 1433
Festival
দেউৰী বিহু
Deuri Bihu
Cultural
গোঁসাই বিহু
Gosai Bihu
Festival
দামোদৰ দেৱৰ তিথি
Tithi of Damodar Deva
Cultural
গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ জন্মদিন
Birthday of Gurudev Kalicharan Brahma
Cultural
সতী সাধনী দিৱস
Sati Sadhini Divas
Cultural
মে’ দিৱস (শ্ৰমিক দিৱস)
May Day
Observance
বুদ্ধ পূৰ্ণিমা
Buddha Purnima
Festival
শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মোৎসৱ
Janmotsav of Sri Sri Madhabdeva
Cultural
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস
Bishnu Prasad Rabha Divas
Cultural
স্বাধীনতা দিৱস
Independence Day
National
শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি
Tirubhav Tithi of Sri Sri Madhabdeva
Cultural
শ্ৰীকৃষ্ণ জন্মাষ্টমী
Janmastomi
Festival
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি
Tirubhav Tithi of Srimanta Sankardeva
Cultural
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ
Janmotsav of Srimanta Sankardeva
Cultural
কৰম পূজা
Karam Puja
Cultural
মহাত্মা গান্ধীৰ জন্মদিন (গান্ধী জয়ন্তী)
Mahatma Gandhi's Birthday
National
কাতি বিহু (কঙালী বিহু)
Kati Bihu
Festival
মহাঅষ্টমী পূজা
Durga Puja (Maha Ashtami)
Festival
বিজয়া দশমী / মহানৱমী
Durga Puja & Vijaya Dashomi
Festival
লক্ষ্মী পূজা
Lakshmi Puja
Festival
কালী পূজা আৰু দীপাৱলী
Kali Puja & Diwali
Festival
ভাতৃ দ্বিতীয়া (ভাই ফোঁটা)
Bhatri Dwitiya
Festival
ছট পূজা
Chhath Puja
Festival
বীৰ লাচিত বৰফুকন দিৱস
Lachit Divas
Cultural
গুৰু নানক জয়ন্তী
Guru Nanak Jayanti
Festival
অসম দিৱস (স্বৰ্গদেউ চাওলুং চুকাফা দিৱস)
Asom Divas (Su-Ka-Pha Divas)
Cultural
অসম আন্দোলনৰ শ্বহীদ দিৱস
Martyr's Day (Swahid Divas)
Cultural
বৰদিন (খ্ৰীষ্টমাছ)
Christmas Day
Festival